সকলোকে বাহাগী বিদায় যাচিলোঁ, আমাৰ বিহু অজয়-অমৰ হৈ থাকক

সকলোকে বাহাগী বিদায় ও চিৰ যুগমীয়া হৈ থাকক আমাৰ বিহুৰ চিনাকি সুৰ।

*মন বসন্ত*
      ✎গীত গগৈ

তোৰ হাতৰ জেতুকা
ফুলৰ দৰে
সকলো ফুলিছে
কপৌ
কেতেকী
মাধৈ-মালতি
ভাৱনাৰ সাগৰ
এখন চহকী বাগিছা
এতিয়া
পদূলিত এপাহ খৰিকাজাঁই
দুচকুত সপোন বোলাই......
Special thanks to:- গীত গগৈ দা,

আমাৰ ভাল লগা হুঁচৰি দল চাওক

আমাক অনুসৰণ কৰক


Comments

Popular posts from this blog

Rape proof panty by seenu Kumari from Uttar Pradesh India

Siblings Love | Childrens Memorial | Childhood Poem in English

👉🏽 *Champcash क्या है ? , इसका उद्धेश्य क्या है ?* 👉🏽 *Champcash पैसा कहाँ से ओर क्यों देती है ?* 👉🏽 *Champcash में कितनी Income हो सकती है ?* 👉🏽 *क्या सच मे इससे अच्छा पैसा कमाया जा सकता है ?*