Bhogali Bihu Special Wishes in Assamase |Bhogali Bihu Text Message | Magh Bihu 2019.
Magh Bihu 2019: Wishes, SMS, Images, Quotes, WhatsApp Messages and Facebook Quotes to send your loved ones. For more updates don't forget to FOLLOW me. মেজিৰ পৱিত্র জুইয়ে আপোনাৰ হৄদয় উমাল কৰি তোলক । ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই আপোনাৰ জীৱন ৰঙীন কৰি তোলক । ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে আপোনাৰ জীৱন সুখময় হওক | ভোগালীৰ ওলগ জনালো সকলো বন্ধু - বান্ধৱী তথা পৰিয়ালৰ সকলোলৈকে । Blogger editing image by আপোনালৈ এটি ভোগালী বিহুৰ ভিডিও উপহাৰ কৰিলোঁ, চাবলৈ নাপাহৰিব। তলৰ (watch video) অপচনত ক্লিক কৰক Watch video