Assamese movie Suspended inspector Boro | song Aji kiyo janu bar manat Parise | আজি কিয় বৰ মনত পৰিছে। aji koyi janu song Lyrics in Assamese
A simple lyrics & chords video for a beautiful song from the film Suspended Inspector Boro. Written & Composed by Uktal Hazowari Sung by Sarmistha Chakravorty & Utkal Music: Ambar Das Mastering: Pankaj Kaushik Video: Kadambari Kashyap Releasing December 7th 2018. M- আজি,,,,,, কিয় জানো,,,,, বৰ মনত পৰিছে কোমল,,,,,,, কোমল,,,,,,, তোমাৰ ওঁঠৰ উমানতে তোমাৰ দুচকতে প্ৰেমৰ অগনি। F- ফাগুনৰ পাঁচোৱাজাকে তোমাৰেই পৰশ দিয়ে হিয়াতে, তোমাৰ,,,,,,,, ভাৱতে উটি-ভাঁহি বৈ যাওঁ মই দুৰনিলৈ মোৰ হৃদয়তে তোমাৰেই ছবি। M- সাগৰৰ,, ঢৌ মাজত তোমাকেই বিচাৰিছো। F- আছো ৰৈ তোমাৰ কাষত কিয়নো বিচাৰিছা। M- তোমালৈ মৰম কিয় বাঢ়িছে যে প্ৰতি ক্ষণে তুমি বুজিছানে.... F- চাবলৈ মন যায় এতিয়া তোমাৰ মুখনি ঘনে ঘনে তুমি আহিবনে... মোৰ উশাহতে তুমিয়ে মাথোঁ। M- মোৰ হৃদয়তে তুমিয়ে মাথোঁ। M- কি যে মধুৰ মিঠা সুবাস লাহে লাহে কিয় বাঢ়ি যায়। F- চেঁচা চেঁচা তোমাৰ পৰশ মোৰ মনক আহি জোকাৰি যায় M- আহানা সাৱটি ধাৰহী মোৰ দুবাহু... দিনে নিশাই যেনি-তেনি তোমাৰ ভাবে সদায় আমনি কৰে। F- নোৱ...